প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১৫ এপ্ৰিলত ভুজৰ কে কে পেটেল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীলৈ উৎসৰ্গা কৰিব

পোষ্ট কৰা হৈছে: 13 APR 2022 7:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ এপ্ৰিলৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে গুজৰাটৰ ভূজস্থিত কে কে পেটেল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীলৈ উৎসৰ্গা কৰিব। চিকিৎসালয়খন ভূজৰ শ্ৰী কাচ্ছি লেভা পেটেল সমাজে নিৰ্মাণ কৰিছে।

এইখন হ’ব কাচ্ছৰ প্ৰথম দাতব্য চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়। ইয়াত ২০০খন আসন থাকিব। চিকিৎসালয়খনে অঞ্চলটোৰ লোকসকলৰ বাবে সুলভ মূল্যত ছুপাৰ স্পেচিয়েলিটি চিকিৎসা সেৱা সহজে উপলব্ধ কৰিব।

 

***

DS/MS


(ৰিলিজ আই ডি : 1817991) অতিথি কক্ষ : 143