প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেথিৰ গৌৰীগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 18 APR 2022 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ আমেথি জিলাৰ গৌৰীগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়, “উত্তৰপ্ৰদেশৰ আমেথিৰ গৌৰীগঞ্জত সংঘটিত পথ দুৰ্ঘটনা অতি দুঃখজনক৷ এই দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ ইয়াৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ PM @narendramodi”

***

DS/ST/DB


(रिलीज़ आईडी: 1817982) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam