প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুথান্দু উপলক্ষে সকলোকে, বিশেষকৈ তামিল জনতাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 APR 2022 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুথান্দু উপলক্ষে সকলোকে, বিশেষকৈ তামিল ভাই-ভনীসকলক শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “পুথান্দু উপলক্ষে সকলোকে, বিশেষকৈ তামিল ভাই-ভনীসকলক শুভেচ্ছা জনাইছো৷

আগন্তুক বৰ্ষটো সকলোৰে বাবে সফলতা আৰু আনন্দৰ হওক৷ সকলোৰে আশা-আকাংক্ষা পুৰণ হওক৷ সকলো সুখী আৰু সুস্থ হৈ থাকক৷”

 

***

DS/ST/DB


(ৰিলিজ আই ডি : 1817430) অতিথি কক্ষ : 164