প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 02 APR 2022 8:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰি উপলক্ষে ৰাইজক শুভেচ্ছা জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"সকলো দেশবাসীক নৱৰাত্ৰিৰ শুভেচ্ছা।

শক্তিৰ এই উপাসনা উৎসৱে সকলোৰে জীৱনত নতুন শক্তি প্ৰদান কৰক। "

 

***

DS/SH/RD


(रिलीज़ आईडी: 1814025) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam