প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জনসাধাৰণক গূড়ি পড়ৱাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 APR 2022 8:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

 

"সকলোকে গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই বৰ্ষতো আনন্দময় আৰু নিৰোগী হওক, তাৰে প্ৰাৰ্থনা জনাইছো। বছৰটোত সকলোৰে মনোকামনা সম্পূৰ্ণ হ’ব বুলি মই আশা কৰিছো।"

 

***

 

DS/ST/MS


(रिलीज़ आईडी: 1813283) आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam