প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক প্ৰধানমন্ত্ৰীৰ হোলীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
18 MAR 2022 7:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"আপোনালোক সকলোকে হোলীৰ হাৰ্দিক শুভকামনা জনাইছো। প্ৰেম, স্নেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক এই ৰঙৰ উতসৱে সকলোৰে জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনক।"
***
DS/SH/MS
(ৰিলিজ আই ডি : 1807281)
অতিথি কক্ষ : 180
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam