প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বিধায়ক ডঃ অনিল জোশিয়াৰাৰ বিয়োগত শোক প্ৰকাশ কৰে

Posted On: 14 MAR 2022 6:40PM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভিলোডাৰ বিধায়ক ডঃ অনিল জোশিয়াৰাৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে গুজৰাটীত টুইট কৰিছে:

 

"ભિલોડાના ધારાસભ્ય ડો. અનિલ જોષીયારાના અવસાનથી દુઃખ થયું. લોકસેવક તરીકે તેઓ સદાય યાદ રહેશે. સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારને સાંત્વના…।

 

ૐ શાંતિ…॥"

 

***

DS/SH



(Release ID: 1806475) Visitor Counter : 135