প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীমতী কুমুদবেন যোশীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 MAR 2022 10:06AM by PIB Guwahati
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী কুমুদবেন যোশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটী ভাষাত এইদৰে টুইট কৰে;
‘অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী কুমুদবেন যোশীজীৰ মৃত্যুৰ বাতৰি অতি দুখজনক। নাৰী সবলীকৰণ আৰু জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। ওম শান্তি...’
***
DS/SH/KG
(रिलीज़ आईडी: 1806458)
आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam