প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামান্য ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 MAR 2022 10:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামান্য ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
নেতাদ্বয়ে খাৰকিভ চহৰত বহু ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ থকাৰ প্ৰসংগকে প্ৰমুখ্য কৰি ইউক্ৰেইনৰ পৰিস্থিতি পৰ্য্যালোচনা কৰে। তেওঁলোকে সংঘৰ্ষ ক্ষেত্ৰসমূহৰপৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা সম্পৰ্কে আলোচনা কৰে।
***
DS/SH/SB
(रिलीज़ आईडी: 1803394)
आगंतुक पटल : 256
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam