প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বীৰ সাৱৰকাৰ পূণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 26 FEB 2022 8:52AM by PIB Guwahati

মুক্তিযুজাৰু বীৰ সাৱৰকাৰৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ত্যাগ আৰু তপস্যাৰ প্ৰতিমূৰ্তি মহান স্বাধীনতা সেনানী বীৰ সাৱাৰকাৰ জীৰ পূণ্য তিথিত তেওঁলৈ প্ৰণিপাত জনাইছো। মাতৃভূমিৰ সেৱাত সমৰ্পিত তেওঁৰ জীৱন দেশবাসীৰ বাবে সদায়ে প্ৰেৰণাৰ ধাৰা হৈ ৰ’ব”।

 

***

DS/SH/KB



(Release ID: 1801720) Visitor Counter : 146