প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

Posted On: 11 FEB 2022 11:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"পণ্ডিত দীনদয়াল উপাধ্যায় মহোদয়ৰ সম্পূৰ্ণ জীৱন সৰ্বজন হিতায়-সৰ্বজন সুখায় নীতিৰ ওপৰত আধাৰিত আছিল। তেওঁৰ একাত্ম মানৱতাবাদৰ দৰ্শন কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বহুতো সমস্যাৰ সমাধান দিবলৈ সক্ষম। তেওঁৰ পূণ্যতিথিত সন্মানপূৰ্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।"

***

DS/SH/MS



(Release ID: 1799796) Visitor Counter : 99