প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 05 FEB 2022 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“সমগ্ৰ দেশবাসীক বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ বহুত বহুত শুভকামনা জনাইছো৷ আমাৰ সকলোৰে ওপৰত মা শাৰদাৰ কৃপাদৃষ্টি থাকক আৰু ঋতুৰাজ বসন্তই যাতে সকলোৰে জীৱনত হৰ্ষোল্লাস লৈ আহে তাকে কামনা কৰিলো৷”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1796070) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam