পোষ্ট কৰা হৈছে:
26 JAN 2022 9:20AM by PIB Guwahati
গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আপোনালোক আটাইকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। জয় হিন্দ!
আপোনালোক আটাইকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো। জয় হিন্দ! #RepublicDay"
***
DS/SH/SB