প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

प्रविष्टि तिथि: 23 JAN 2022 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘পৰাক্ৰম দিৱসত সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছোঁ।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তীত মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ দেশৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত।’


***

DS/SH/KG


(रिलीज़ आईडी: 1792919) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam