প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে


পিএমএনআৰএফৰ পৰা বিত্তীয় সাহায্য ঘোষণা

प्रविष्टि तिथि: 22 JAN 2022 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ টাৰডেওস্থিত অট্টালিকাৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

তেওঁ পিএমএনআৰএফৰ পৰা নিহতসকলৰ পৰিয়ালৰ লোকলৈ ২ লাখৰ আৰ্থিক সাহায্যও ঘোষণা কৰে। আঘাতপ্ৰাপ্তসকলৰ প্ৰত্যেকে ৫০,০০০টকাকৈ লাভ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই কথা টুইটাৰত প্ৰকাশ কৰিছে।

 

***

DS/SKS/MS


(रिलीज़ आईडी: 1792023) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam