প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে প্ৰৱাসী ভাৰতীয়সকলক অভিনন্দন জনায়

प्रविष्टि तिथि: 09 JAN 2022 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে প্ৰৱাসী ভাৰতীয়সকলক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"প্ৰৱাসী ভাৰতীয় দিৱসত সকলোকে বিশেষকৈ প্ৰৱাসী ভাৰতীয়সকললৈ অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ প্ৰৱাসী ভাৰতীয় লোক বিশ্বৰ সকলো প্ৰান্তত প্ৰতিষ্ঠিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দাঙি ধৰিবলৈ সক্ষম হৈছে। একে সময়তে তেওঁলোকে নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ আছে। আমি তেওঁলোকৰ দক্ষতাক লৈ গৌৰবান্বিত।"

 

***

DS/SH/MS


(रिलीज़ आईडी: 1789846) आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam