প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্বামী বিবেকানন্দলৈ তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 12 JAN 2022 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

মহান ব্যক্তি স্বামী বিবেকানন্দলৈ তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁ ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল৷ ৰাষ্ট্ৰ নিৰ্মাণৰ নামত কাম কৰিবলৈ তেওঁ কোটি কোটি যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিছে৷ আহক, আমি একেলগে কাম কৰি তেওঁ আমাৰ ৰাষ্ট্ৰক লৈ দেখা তেওঁৰ সপোনবোৰ পুৰণ কৰো৷

***

DS/SH/DB



(Release ID: 1789684) Visitor Counter : 144