প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিশুসকলৰ মাজত ক্ৰীড়া আৰু পুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা তত্পৰতাৰ বাবে বজৰংগ পুনিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
20 DEC 2021 8:57PM by PIB Guwahati
শিশুসকলৰ মাজত ক্ৰীড়া আৰু পুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ তত্পৰতা গ্ৰহণ কৰা বজৰংগ পুনিয়াক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
বজৰংগ পুনিয়াৰ এটি বাৰ্তাৰ উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়;
“শিশুসকলৰ বাবে এয়া কেৱল চিত্তাকৰ্ষক কাৰ্যক্ৰমেই নহ’ব, বৰং ইয়াৰ জৰিয়তে তেওঁলোকে খেলা-ধূলাৰ উপৰি জীৱনত আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণাও লাভ কৰিব। @BajrangPunia জী আপোনাৰ এই প্ৰয়াসে পুষ্টি সম্পৰ্কেও তেওঁলোকৰ মাজত নতুনকৈ সজাগতাৰ সৃষ্টি কৰিব”।
***
DS/SH/KB
(रिलीज़ आईडी: 1787661)
आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam