প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 25 DEC 2021 9:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছো৷ আমি যীশু খ্ৰীষ্টৰ জীৱন আৰু পবিত্ৰ বাণীক স্মৰণ কৰিছো, যিগৰাকীয়ে সেৱা, কৰুণা আৰু বিনয়ক অগ্ৰাধিকাৰ দিছিল৷ সকলো সুস্থ আৰু সমৃদ্ধিশালী হওক৷ সকলোতে শান্তি-সম্প্ৰীতি বিৰাজ কৰক৷”

 

***

DS/SH/DB



(Release ID: 1785459) Visitor Counter : 128