প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম জয়ন্তীত পণ্ডিত মদন মোহন মালবীয়লৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

प्रविष्टि तिथि: 25 DEC 2021 9:39AM by PIB Guwahati

জন্ম জয়ন্তীত পণ্ডিত মদন মোহন মালবীয়লৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

মহান স্বতন্ত্ৰতা সেনানী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক মহামান্য পণ্ডিত মদন মোহন মলবীয় জীক তেখেতৰ জন্ম জয়ন্তীত কোটি কোটি প্ৰণিপাত জনাইছো

***

DS/SH/KB


(रिलीज़ आईडी: 1785378) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam