প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ উৎসৱ উপলক্ষে গোৱাৰ লোকসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 DEC 2021 5:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ উৎসৱ উপলক্ষে গোৱাবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ উৎসৱ উপলক্ষে গোৱাৰ মোৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছোঁ। এই উৎসৱে আমাৰ সমাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ আৰু অধিক বৃদ্ধি কৰক।’
*****
DS/VJ/KG
(ৰিলিজ আই ডি : 1779208)
অতিথি কক্ষ : 121
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam