প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ নাদিয়াত পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ পিএমএনআৰএফৰপৰা অনুদান ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 NOV 2021 4:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ নাদিয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা ২ লাখ টকাকৈ অনুদান ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে;

"প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ নাদিয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ অনুদান ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব।"

 

****

DS/SH/SB


(ৰিলিজ আই ডি : 1777619) অতিথি কক্ষ : 153