প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওনাকে ওবাভাক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 NOV 2021 9:15AM by PIB Guwahati
মহান কানাড়া মহিলা যোদ্ধা ওনাকে ওবাভাক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ওনাকে ওবাভাই ‘আমাৰ নাৰী শক্তিৰ প্ৰতীক হিচাপে আমাক অনুপ্ৰাণিত কৰে।’
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ
‘মই সাহসী ওনাকে ওবাভাক তেওঁৰ জয়ন্তীৰ উপলক্ষে প্ৰণাম জনাইছোঁ। তেওঁ নিজৰ মানুহ আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে সাহসিকতাৰে চলোৱা কঠোৰ যুঁজখনৰ কথা কোনেও কাহানিও পাহৰিব নোৱাৰে। তেওঁ আমাক আমাৰ নাৰী শক্তিৰ প্ৰতীক হিচাপে অনুপ্ৰাণিত কৰে।’
*****
DS/AKJ/KG
(रिलीज़ आईडी: 1772243)
आगंतुक पटल : 236
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam