প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 29 OCT 2021 5:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোম চহৰৰ পিয়াজ্জা গান্ধীস্থিত মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত প্ৰধানমন্ত্ৰীয়ে তদুপৰি তাত সমবেত বহু সংখ্যক ভাৰতীয় প্ৰবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

 

****

DS/BM/SB


(रिलीज़ आईडी: 1769982) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam