প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক দেৱালীৰ অভিনন্দনৰ বাবে ধন্যবাদ জনায়
प्रविष्टि तिथि:
05 NOV 2021 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী নাফটালী বেনেটক দেৱালীৰ অভিনন্দনৰ বাবে ধন্যবাদ জনাইছে।
শ্ৰী বেনেটৰ টুইটৰ উত্তৰত শ্ৰী মোদীয়ে টুইট কৰেঃ
"চমকপ্ৰদ অভিনন্দনৰ বাবে মোৰ প্ৰিয় মিত্ৰ @naftalibennett আপোনাক ধন্যবাদ। আপোনাকো দেৱালীৰ শুভকামনা।"
****
DS/SH
(रिलीज़ आईडी: 1769960)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam