প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্বাধীনতা দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 AUG 2021 6:26AM by PIB Guwahati

স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"স্বাধীনতা দিৱস উপলক্ষে আপোনালোক আটাইকে শুভেচ্ছা জনালো।

আপোনালোক সকলোকে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বহু-বহু শুভেচ্ছা জ্ঞাপন কৰিছো। স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই বৰ্ষই যেন দেশবাসীৰ মনত নতুন শক্তি আৰু নৱচেতনাৰ উন্মেষ ঘটাই, তাৰে কামনা কৰিলো।

জয় হিন্দ!

#IndiaIndependenceDay"

****

DS/SH/SB



(Release ID: 1766885) Visitor Counter : 102