পোষ্ট কৰা হৈছে:
19 OCT 2021 9:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘মিলাদ-উন-নবীৰ শুভেচ্ছা। সৰ্বত্ৰে শান্তি আৰু সমৃদ্ধি হওঁক। দয়া আৰু ভাতৃত্ববোধৰ ভাৱনা সদায়ে বিৰাজ কৰক। ঈদ মোবাৰক!’
****
DS/SH/KG