পোষ্ট কৰা হৈছে:
15 OCT 2021 7:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনিক জাগৰণ গ্ৰুপৰ অধ্যক্ষ যোগেন্দ্ৰ মোহন গুপ্তাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “দৈনিক জাগৰণ গ্ৰুপৰ অধ্যক্ষ যোগেন্দ্ৰ মোহন গুপ্তা জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো৷ তেওঁৰ বিয়োগ কলা, সাহিত্য আৰু সাংবাদিক জগতৰ বাবে এক অপুৰণীয় ক্ষতি৷ এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”
****
DS/SH/DB