প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশৰ পৰিৱৰ্তনৰ বাবে এক সামগ্ৰিক শিক্ষা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
07 SEP 2021 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ পৰিৱৰ্তনৰ বাবে এক সামগ্ৰিক শিক্ষা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। MyGogIndia-ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৭ বছৰত শিক্ষাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ এক সুন্দৰ আভাস ইয়াত প্ৰদান কৰা হৈছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ বাবে এক সামগ্ৰিক শিক্ষা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ।
যোৱা ৭ বছৰত শিক্ষাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ এক সুন্দৰ আভাস ইয়াত প্ৰদান কৰা হৈছে।’
****
DS/SH/KG
(ৰিলিজ আই ডি : 1754264)
অতিথি কক্ষ : 198
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam