প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নগৌৰৰ পথ দুৰ্ঘটনাত হতাহতসকললৈ আগবঢ়োৱা এককালীন সাহায্যলৈ প্ৰধানমন্ত্ৰীৰ অনুমোদন

प्रविष्टि तिथि: 31 AUG 2021 12:06PM by PIB Guwahati

ৰাজস্থানৰ নগৌৰত সংঘটিত পথ দুৰ্ঘটনাত হতাহতসকললৈ আগবঢ়োৱা এককালীন সাহায্য লৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হৈছে,

“ৰাজস্থানৰ নগৌৰত সংঘটিত পথ দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে। দুৰ্ঘটনাটোত আহতসকলে লাভ কৰিব ৫০,০০০কৈ টকা”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1751323) आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam