প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০২১ত পদক বিজয়ীক অভিনন্দন জ্ঞাপন কৰিছে

प्रविष्टि तिथि: 23 AUG 2021 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ, ২০২১ত পদক অৰ্জন কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"প্ৰতিভাৱান ৰেষ্টলাৰসকলক মই অভিনন্দন জনাইছো। জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০২১ত আমাৰ পুৰুষ আৰু মহিলা দলে সুন্দৰ প্ৰদৰ্শনেৰে ৪টা ৰূপৰ পদকসহ মুঠ ১১টা পদক লাভ কৰিছে। এই সাফল্যৰ বাবে মই দলটোৰ শলাগ লৈছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।"

 

****

DS/SH/MS


(रिलीज़ आईडी: 1750448) आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada