পোষ্ট কৰা হৈছে:
30 AUG 2021 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে,
"জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষত আপোনালোক সকলোলৈকে শুভেচ্ছা।
জয় শ্ৰীকৃষ্ণ!"
****
DS/SH