প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টকিঅ’ অলিম্পিক উপলক্ষে জাপানৰ প্ৰধানমন্ত্ৰীক শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
23 JUL 2021 1:00PM by PIB Guwahati
টকিঅ’ অলিম্পিক, ২০২০ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাক শুভকামনা জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "#Tokyo2020 @Olympics আৰু @Paralympics উপলক্ষে প্ৰধানমন্ত্ৰী @sugawitter আৰু জাপানক শুভকামনা জনালো। আমি বিশ্বখনৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলৰদ্বাৰা আশ্চৰ্য্যজনক প্ৰদৰ্শনৰ সময়লৈ বাট চাই আছো! @Tokyo2020"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1739112)
অতিথি কক্ষ : 193
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada