প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী কে কামৰাজৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

পোষ্ট কৰা হৈছে: 15 JUL 2021 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কে কামৰাজৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহান ব্যক্তিত্ব শ্ৰী কে কামৰাজৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ নিজৰ জীৱন জাতীয় উন্নয়ন আৰু সামাজিক সবলীকৰণৰ বাবে উৎসৰ্গিত কৰিছিল। শিক্ষা, স্বাস্থ্যসেৱা আৰু মহিলা সবলীকৰণৰ হকে তেওঁ কৰা কামে আজিও ভাৰতৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে।’

 

*****

DS/SH/KG


(ৰিলিজ আই ডি : 1737676) অতিথি কক্ষ : 210