প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰয়াত ৰাম বিলাস পাছৱানক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 JUL 2021 9:53AM by PIB Guwahati
প্ৰয়াত ৰাম বিলাস পাছৱানজীক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে ৰাম বিলাসজীক ভাৰতৰ অভিজ্ঞ সাংসদ আৰু প্ৰশাসকসকলৰ মাজৰ এজন বুলি অভিহিত কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি মোৰ বন্ধু স্বৰ্গীয় ৰাম বিলাস পাছৱানজীৰ জন্ম জয়ন্তী। মই তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। ভাৰতৰ অভিজ্ঞ সাংসদ আৰু প্ৰশাসকসকলৰ মাজৰ অন্যতম এজন আছিল তেওঁ। ৰাইজৰ সেৱা আৰু দলিতসকলক শক্তিশালী কৰাৰ বাবে তেওঁৰ অৱদান সদায়ে স্মৰণীয় হৈ থাকিব।’
*****
DS/SH/KG
(रिलीज़ आईडी: 1733044)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam