প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট কন্নড় লেখক ডঃ সিদ্দালিঙ্গাইয়াৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
11 JUN 2021 8:22PM by PIB Guwahati
বিশিষ্ট কন্নড় লেখক ডঃ সিদ্দালিঙ্গাইয়াৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ডঃ সিদ্দালিঙ্গাইয়া তেওঁৰ অজস্ৰ লেখা, কবিতা আৰু সামাজিক ন্যায়ৰ অৰ্থে বৰঙণিৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু বহু অনুৰাগীলৈ সমবেদনা জনালো। ঔম শান্তি।"
****
DS/SH/SB
(रिलीज़ आईडी: 1727798)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada