প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
10 JUN 2021 11:28AM by PIB Guwahati
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, চিন্তাবিদ তথা যশস্বী কবি শ্ৰী বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুয়ে বেদনাহত কৰিছে। ভি্ন্ন ক্ষেত্ৰত তেওঁ আগবঢ়োৱা কৰ্ম কীৰ্তিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোককে প্ৰবুদ্ধ কৰিছিল। তেওঁ এগৰাকী বিশিষ্ট চিন্তাবিদ আৰু কবিও আছিল। দুখৰ এই সময়ত মই তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গৰ লগতে অসংখ্য গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”।
****
DS/KB
(रिलीज़ आईडी: 1726020)
आगंतुक पटल : 213
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam