প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 28 MAY 2021 10:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "স্বাধীনতা আন্দোলনৰ মহান সেনানী আৰু প্ৰখৰ ৰাষ্ট্ৰভক্ত বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ কৌটি-কৌটি প্ৰণাম জনাইছো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1722555) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam