PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 20 MAY 2021 2:55PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image002XWYZ.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001G5AG.jpg

 

#Unite2FightCorona

#IndiaFightsCorona

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image00459Y0.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image005IQIL.jpg

ধাৰাবাহিকভাৱে দিন আৰোগ্য লাভৰ সংখ্যা নতুন সংক্রমিততকৈ অধিক

  • ধাৰাবাহিকভাৱে দিন নতুন সংক্রমণৰ সংখ্যা লাখৰ কম
  • ভাৰতত যোৱা ২৪ ঘণ্টাত সর্বোচ্চ ২০.৫৫ লাখ নমুনা পৰীক্ষা কৰা হৈছে- যি এটা নতুন ৰেকর্ড
  • দৈনিক সংক্রমণৰ হাৰ ১৩.৪৪ শতাংশ
  • জাতীয় স্তৰত সংক্রমিতৰ মৃত্যুৰ হাৰ .১১ শতাংশ
  • যোৱা ২৪ ঘণ্টাত ,৮৭৪ জনৰ মৃত্যু হৈছে

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleasePage.aspx?PRID=1720166

প্রধানমন্ত্রীয়ে ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু জিলা স্তৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিড-১৯ জনিত পৰিস্থিতিক লৈ ভিডিঅকনফাৰেন্সৰ মাধ্যমত ৰাজ্য আৰু জিলা স্তৰৰ বিষয়াসকলৰ সৈতে বৈঠক কৰিছে বৈঠকত ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত নেতৃত্ব দিয়াৰ বাবে বিষয়াসকলে প্রধানমন্ত্রীক ধন্যবাদ জনায়

তেওঁলোকে তেওঁলোকৰ জিলাত কেনেদৰে ভিড পৰিস্থিতিৰ উন্নতি হৈছে সেই বিষয়ে প্রধানমন্ত্রীক জনায় প্রযুক্তি ব্যৱহাৰ কৰি পৰিস্থিতিৰ ওপৰত সকলো সময়তে জৰ ৰখা আৰু দক্ষতা বৃদ্ধিৰ বিষয়ে বিষয়াসকলে তেওঁলোকৰ অভিজ্ঞতা প্ৰকাশ কৰে জনসাধাৰণৰ অংশীদাৰিত্ব আৰু সচেতনতা বঢ়াবলৈ কি কি ব্যৱস্থা লোৱা হৈছে সেই বিষয়েও বৈঠকত আলোচনা হয় প্রধানমন্ত্রীয়ে এই মহামাৰীৰ বিৰুদ্ধে যুঁজত প্রত্যেককে অঙ্গীকাৰবদ্ধ বলৈ হ্বান জনায়

তেওঁ কৈছে, কৰোণা ভাইৰাছে প্ৰত্যেকৰ কামকাজক আৰু অধিক প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছে নতুন নতুন প্ৰত্যাহ্বানৰ সমাধানৰ বাবে তুন ধৰণৰ কৌশল অৱলম্বন কৰিব লাগিব

বিগত কিছুদিন ধৰি সংক্রমিত চিকিৎসাধীনৰসংখ্যা দেশজুৰি কমিবলৈ আৰম্ভ কৰিছে কিন্তু শ্রী মোদীয়ে সকলোকে সতর্ক কৰি কৈছে যে অতি ক্ষুদ্র আকাৰত এই সংক্রমণ থাকিলেও আশঙ্কা দূৰ নহ'ব

সবিশেষ জানিবলৈ :https://pib.gov.in/PressReleasePage.aspx?PRID=1720208

ভিড-১৯ সংক্রমণ শৃঙ্খল ভঙাৰ ক্ষেত্রত নানদেদ জিলাৰ ভোছি গাঁৱে নতুন পন্থা উদ্ভাবন কৰিছে

গ্রামাঞ্চলত ভিড-১৯ সংক্রমণ প্রতিহত কৰা অলপ জটিল বিষয় চহৰাঞ্চলত যেনেকৈ নমুনা পৰীক্ষা বা স্বাস্থ্য পৰিসেৱাৰ সুযোগ আছে গ্রামাঞ্চলত সেইটো নাই কিন্তু নানদেদ জিলাৰ ভোকাৰ তালুকৰ ভোছি গাঁৱৰ হাজাৰ মানুহে ভিড-১৯ৰ বিৰুদ্ধেযুঁজত কেৱল নিজেই পৃথকে আছে অর্থাৎ আইছোলেচনত ছিল

সবিশেষ জানিবলৈ :https://pib.gov.in/PressReleasePage.aspx?PRID=1720206

ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক ২১ কোটিৰো অধিক টীকাৰ দিয়া হৈছে

কেন্দ্রই এই পর্যন্ত ২১,০৭,৩১,১৩০ টা টীকাৰ ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক দিছে ইয়াত ১৯,০৯,৬০,৫৭৫টা দিয়া হৈছে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও ,৯৭,৭০,৫৫৫টা টীকাৰ আছে অহা দিনত ২৫,৯৮,৭৬০টা টীকাৰ ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহলৈ পঠোৱা

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleasePage.aspx?PRID=1720215

প্রায় ২০০খন অক্সিজেন এক্সপ্রেছ জৰুৰী ভিত্তিত গন্তব্যত পাইছেগৈ

৭৭৫টাৰো অধিক ট্যাঙ্কাৰ ১২,৬৩০ মেট্রিক টন চিকিৎসাৰ কামত ব্যবহৃত তৰল অক্সিজেন পৰিবহণ কৰিছে অক্সিজেন এক্সপ্রেছ নামৰ এই উদ্যোগত বর্তমান ৪৫টা ট্যাঙ্কাৰ লৈ ১০খন অক্সিজেন এক্সপ্রেছ দেশৰ বিভিন্ন গন্তব্যলৈ ৰাওনা হৈছে এই ট্রেনবিলাকে মুঠ ৭৮৪ মেট্রিক টন তৰল অক্সিজেন পৰিবহণ কৰিছে প্রতিদিনে ৮০০ মেট্রিক টনৰ অধিক তৰল অক্সিজেন পৰিবহণ কৰা হয় অক্সিজেন এক্সপ্রেছবিলাক উত্তৰাখন্ড, কর্ণাটক, মহাৰাষ্ট্র, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, হাৰিয়ানা, তেলেঙ্গানা, পাঞ্জাব, কেৰালা, দিল্লী আৰু উত্তৰপ্রদেশত তৰল অক্সিজেন উপলব্ধ কৰিছে

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleasePage.aspx?PRID=1720223

কেন্দ্রৰ প্রধান উপদেষ্টাৰ দপ্তৰৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে চাৰ্চ-- ভাইৰাছৰ সংক্রমণ প্রতিহত কৰিবলৈ মাস্ক পিন্ধক, দূৰত্ব বজাই ৰাখক, পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু মুকলি ঠাইত থাকক

কেন্দ্রৰ প্রধান উপদেষ্টাৰ দপ্তৰৰ পৰা খুব সাধাৰণ কেইটামান নিয়মাৱলী প্রকাশ কৰা হৈছে- ‘সংক্রমণ প্রতিহত কৰক, মহামাৰীক পৰাস্ত কৰক- মাস্ক পিন্ধক, দূৰত্ব বজাই ৰাখক, পৰিষ্কাৰ-পৰিচ্ছন্ন আৰুমুকলি ঠাইত থাকক এনেকৈয়ে চাৰ্চ-- ভাইৰাছৰ সংক্রমণ ৰোধ কৰিব পাৰিযেহেতু মহামাৰী ভাৰতজুৰি বিয়পি পৰিছে সেয়ে আমিইয়াক প্রতিহত কৰিবলৈ এই সাধাৰণ নিয়মসমূহ মানি চলিব লাগিব

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleasePage.aspx?PRID=1720088

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image006TC2Y.jpg

 

**************



(Release ID: 1720512) Visitor Counter : 124