প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গোপাল কৃষ্ণ গোখলেৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 MAY 2021 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলেৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ জীৱন দেশ সেৱাৰ নামত উচৰ্গা কৰিছিল, যিটোৱে সদায় দেশবাসীক প্ৰেৰণা যোগাই থাকিব৷

******

DS/DB


(रिलीज़ आईडी: 1717933) आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam