স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৮ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে
এতিয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১ কোটিতকৈ অধিক ড’জ মজুত আছে
অহা তিনি দিনত অতিৰিক্ত ৯লাখ ড’জ লাখ কৰিব
Posted On:
10 MAY 2021 10:42AM by PIB Guwahati
ক’ভিড মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পাঁচটা কৌশলৰ অন্যতম হৈছে টিকাকৰণ৷ ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰি দেশজোৰা টিকাকৰণ অভিযানলৈ সহায় আগবঢ়াই আহিছে৷
ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৮ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে৷ ইয়াৰে ভিতৰত ইতিমধ্যে নষ্ট হোৱা ভেকচিনকে ধৰি মুঠ ১৬,৮৯,২৭,৭৯৭টা ড’জ ব্যৱহাৰ কৰা হৈছে৷ এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১ কোটিতকৈ অধিক ড’জ মজুত আছে৷ তদুপৰি, অহা তিনি দিনত অতিৰিক্ত ৯লাখ ড’জ লাখ কৰিব
****
MV/M/DB
(Release ID: 1717424)
Visitor Counter : 269
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam