স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৮ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে

এতিয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১ কোটিতকৈ অধিক ড’জ মজুত আছে

অহা তিনি দিনত অতিৰিক্ত ৯লাখ ড’জ লাখ কৰিব

Posted On: 10 MAY 2021 10:42AM by PIB Guwahati

ক’ভিড মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পাঁচটা কৌশলৰ অন্যতম হৈছে টিকাকৰণ৷ ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰি দেশজোৰা টিকাকৰণ অভিযানলৈ সহায় আগবঢ়াই আহিছে৷

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৮ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে৷ ইয়াৰে ভিতৰত ইতিমধ্যে নষ্ট হোৱা ভেকচিনকে ধৰি মুঠ ১৬,৮৯,২৭,৭৯৭টা ড’জ ব্যৱহাৰ কৰা হৈছে৷ এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১ কোটিতকৈ অধিক ড’জ মজুত আছে৷ তদুপৰি, অহা তিনি দিনত অতিৰিক্ত ৯লাখ ড’জ লাখ কৰিব

https://static.pib.gov.in/WriteReadData/userfiles/image/image0010VLH.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image002S8EA.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image003P8Z2.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image004DNRD.jpg

 

****

 

MV/M/DB



(Release ID: 1717424) Visitor Counter : 198