প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী এন.ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে
प्रविष्टि तिथि:
07 MAY 2021 3:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এন.ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
“মই শ্ৰী এন.ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰো। তেওঁক আগন্তুক কাৰ্যকালৰ শুভকামনা জনালো।”
***
DS/AK/MS
(रिलीज़ आईडी: 1717033)
आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam