প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভৰূচৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 01 MAY 2021 9:47AM by PIB Guwahati

ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

"ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছো।"

*****

DS/SB


(रिलीज़ आईडी: 1715281) आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam