প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটী কবি দাদুদান গাধৱীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
27 APR 2021 3:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী ভাষাৰ বিখ্যাত কবি পদ্মশ্ৰী দাদুদন গাধৱীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে শ্ৰী মোদীয়ে কয় যে লোক সাহিত্যৰ ক্ষেত্ৰত কবি দাদ বাপুৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ঈশ্বৰে তেওঁৰ বিদেহী আত্মাক শান্তি প্ৰদান কৰক।’
********
DS/AK/KG
(ৰিলিজ আই ডি : 1714996)
অতিথি কক্ষ : 182
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada