স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৫ কোটিৰো অধিক মুঠ টিকাদান ক’ভাৰেজৰে লক্ষ্যণীয় সীমা অতিক্ৰম ভাৰতৰ

যোৱা ২৪ ঘন্টাত ২১ লাখৰো অধিক পালি প্ৰদান

যোৱা ২৪ ঘন্টাত ২.৬৯ লাখৰোধিক ৰোগীৰ আৰোগ্য় লাভ

ঘটনাৰ মৃত্যুৰ হাৰ ১.১১% লৈ অৱনমিত

যোৱা ২৪ ঘন্টাত ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই

Posted On: 29 APR 2021 10:46AM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনত আজি ভাৰতে লক্ষ্যণীয় সীমা অতিক্ৰম কৰিলে। দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৫ কোটি অতিক্ৰম কৰে।

ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২২,০৭,০৬৫ ছেচনজুৰি ১৫,০০,২০,৬৪৮ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯৩,৬৭,৫২০ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৬১,৪৭,৯১৮ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ১,২৩,১৯,৯০৩ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৬৬,১২,৭৮৯ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৫,১৪,৯৯,৮৩৪ হিতাধিকাৰীক ১ম পালি আৰু ৯৮,৯২,৩৮০ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৫,১০,২৪,৮৮৬ হিতাধিকাৰী (১ম পালি) আৰু ৩১,৫৫,৪১৮ হিতাধিকাৰী (২য় পালি)।

 

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা ৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৯৩,৬৭,৫২০

৬১,৪৭,৯১৮

১,২৩,১৯,৯০৩

৬৬,১২,৭৮৯

৫,১০,২৪,৮৮৬

৩১,৫৫,৪১৮

৫,১৪,৯৯,৮৩৪

৯৮,৯২,৩৮০

১৫,০০,২০,৬৪৮

এতিয়ালৈকে দেশখনত প্ৰদান কৰা মুঠ পালিৰ ৬৭.১৮% প্ৰদান কৰা হৈছে দহখন ৰাজ্যত।

যোৱা ২৪ ঘন্টাত ২১ লাখৰো অধিক পালি প্ৰদান কৰা যায়।

টিকাদান অভিযানৰ ১০৩-সংখ্যক দিন (২৮ এপ্ৰিল, ২০২১) অনুসৰি, ২১,৯৩,২৮১ পালি ভেকচিন প্ৰদান কৰা যায়। ২০,৯৪৪ ছেচনজুৰি, ১২,৮২,১৩৫ হিতাধিকাৰীক ১ম পালি আৰু ৯,১১,১৪৬ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

 

তাৰিখঃ ২৮ এপ্ৰিল, ২০২১ (দিন-১০৩)

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা ৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১৯,৭৪৫

৪১,৬৮১

৯৭,৯২৮

৮৬,৪১১

৭,৫০,৩০৫

২,২৭,৯৬৬

৪,১৪,১৫৭

৫,৫৫,০৮৮

১২,৮২,১৩৫

৯,১১,১৪৬

 

আজি ভাৰতৰ মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,৫০,৮৬,৮৭৮। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮২.১০%।

যোৱা ২৪ ঘন্টাত ২,৬৯,৫০৭ টা আৰোগ্য লাভৰ ঘটনা লাভ কৰা যায়।

নতুনকৈ আৰোগ্য লাভ কৰা ঘটনাৰ ৭৮.০৭% লাভ কৰা যায় দহখন ৰাজ্যত।

যোৱা ২৪ ঘন্টাত ৩,৭৯,২৫৭ টা নতুন ঘটনা লাভ কৰা হয়।

নতুন ঘটনাৰ ৭২.২০% লাভ কৰা যায় দহখন ৰাজ্যত যথাঃ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, পশ্চিম বংগ, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ আৰু ৰাজস্থানত।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬৩,৩০৯ টা। ইয়াৰ পাছতেই কৰ্ণাটকত ৩৯,০৪৭ টাৰ সমান্তৰালভাৱে কেৰালাত ৩৫,০১৩ টা নতুন ঘটনা লাভ কৰা যায়।

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৩০,৮৪,৮১৪ হৈ পৰিছে। এতিয়া ইয়াৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১৬.৭৯%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ১,০৬,১০৫ টা ঘটনা হ্ৰাস হৈ পৰে।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৮.২৬% আছে এঘাৰখন ৰাজ্যত।

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি ১.১১% হৈছে।

যোৱা ২৪ ঘন্টাত ৩,৬৪৫ টা মৃত্যুৰ ঘটনা সংঘটিত হয়।

নতুন মৃত্যুৰ ঘটনাৰ ৭৮.৭১% লাভ কৰা হৈছে দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ১,০৩৫ টা। ইয়াৰ পাছতেই দিল্লীত দৈনিক ৩৬৮ টা মৃত্যুৰ ঘটনা সংঘটিত হয়।

যোৱা ২৪ ঘন্টাত ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ দমন ও ডিউ, দাদৰা ও নগৰ হাভেলী, লাডাখ, লক্ষদ্বীপ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ।

****

MV/SB



(Release ID: 1714992) Visitor Counter : 215