প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাবীৰ জয়ন্তী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 25 APR 2021 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভগৱান মহাবীৰে আমাক শান্তি আৰু আত্ম-সংযমৰ শিক্ষা দিয়ে৷ মহাবীৰ জয়ন্তীৰ এই পবিত্ৰ ক্ষণ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান মহাবীৰৰ ওচৰত আমাৰ সকলোৰে সু-স্বাস্থ্য আৰু আমাৰ প্ৰচেষ্টাৱলীৰ সফলতাৰ আশীৰ্বাদ বিচাৰে৷

 

*******

DS/DB


(रिलीज़ आईडी: 1714045) आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam