প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিৰাৰত হাস্পাতালত অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়ালৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ সমবেদনা, এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
23 APR 2021 9:46AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মহাৰাষ্ট্রৰ বিৰাৰত এখন কোভিড-১৯ হাস্পাতালত অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়ালৰ উদ্দেশ্যে সমবেদনা জনাইছে । তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
প্রধানমন্ত্রীয়ে জাতীয় ত্রাণ তহবিলৰ পৰা নিহতসকলৰ প্ৰতিটো পৰিয়ালক এককালীন ২ লক্ষ টকা দিয়া হ'ব বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও গুৰুতৰভাৱে আহতসকলে ৫০,০০০ কৈ টকা লাভ কৰিব।
********
DS
(ৰিলিজ আই ডি : 1713716)
অতিথি কক্ষ : 245
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam