প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী শংখ ঘোষৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 APR 2021 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সাহিত্যিক শ্ৰী শংখ ঘোষৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে আজি টুইটযোগে কয়, "শ্ৰী শংখ ঘোষে বাংলা আৰু ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ৰচনাসমূহ বহুলপঠিত আৰু প্ৰশংসিত আছিল। তেওঁৰ মৃত্যুত মই মৰ্মাহত হৈছো। মই তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ঔঁম শান্তি।"

 

***

DS/RD


(रिलीज़ आईडी: 1713359) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam