প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্কল দিৱসত ওড়িশাবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 APR 2021 9:39AM by PIB Guwahati

উত্কল দিৱসত ওড়িশাবাসীলৈ প্ৰাধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শুভকামনা জ্ঞাপন কৰিছে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, উত্কল দিৱসৰ বিশেষ উপলক্ষত মই ওড়িশাৰ অনন্য সাংস্কৃতিক বৈভৱৰ প্ৰতি প্ৰণিপাত জনাইছো। ভাৰতৰ প্ৰগতিত ওড়িশাবাসীয়ে অনবদ্য অৰিহণা আগবঢ়াই আহিছে। ৰাজ্যখনৰ সমূহ জনসাধাৰণৰ জীৱন সুখ-সমৃদ্ধি আৰু সু-স্বাস্থ্যৰে পৰিপূৰ্ণ হৈ উঠক।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1709168) आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam