প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 23 MAR 2021 12:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিক পথ দুৰ্ঘটনাৰ বাবে অত্যন্ত দুঃখিত হৈছো৷ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷”

*******

DS/SH/DB


(ৰিলিজ আই ডি : 1708639) অতিথি কক্ষ : 161